কুকুৰ দাঁতকুকুৰ পোৱালি

কুকুৰ পিঠা (Assamese) [ Roman: ku.kur.pi.tha]
Contributed by: Partha P Sarmah on 2008-02-23
1. (Abstract Noun) scolding somebody severely, often using slangs, obscene words. (বেয়া, অশ্লীল শব্দ আদি ব্যৱহাৰ কৰি)কাৰোবাক অতি বেয়াকৈ গালি পৰা বা গালি পাৰি অপমানিত কৰা (বা ভয় দেখুওৱা)৷ যেনে: গালিত কুকুৰ পিঠা কৰি দিম,চিনি পোৱা নাই!